Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб Bhabisila Tumi Hat Melilei (ভাবিছিলা তুমি হাত মেলিলেই) - by Bhupen Hazarika в хорошем качестве

Bhabisila Tumi Hat Melilei (ভাবিছিলা তুমি হাত মেলিলেই) - by Bhupen Hazarika 6 лет назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



Bhabisila Tumi Hat Melilei (ভাবিছিলা তুমি হাত মেলিলেই) - by Bhupen Hazarika

Assamese song of Bhupen Hazarika /Lyrics and Melody by Bhupen Hazarika /Film : Mayuri (ময়ুৰী) in 1985 ভাবিছিলা তুমি হাত মেলিলেই বিশাল আকাশ পাবা হয়তো তুমি পোৱা নোপোৱাৰ দোমোজাত পৰি ৰবা..! পায়ও হেৰুৱাৰ অনুভূতি খিনি কলিজাত সাঁচি থবা সোঁৱৰণি মোৰ যিকণ পালা তাকেই সাৱটি লবা সেই সোঁৱৰণি গুপুতেই তুমি বুকুতেই সাঁচি থবা। ভাবিছিলা তুমি হাত মেলিলেই..!! তৰু তৃণে হাঁহি নাচিছিলে কত সেউজ সাজেৰে সাজি সেই তৃণে পুনু সলাব বাগৰ নঙঠা ডালেৰে আজি শুকান নদীৰ শুনি হাঁহাকাৰ ডাৱৰ উঠিব গাজি সেমেকা চকুত অশ্ৰু নমাব অতীতৰ সুখ বাজি সেই সুৰধ্বণি মৌণতাৰেই বুকুতেই সাঁচি থবা..! ভাবিছিলা তুমি হাত মেলিলেই..!! জীৱন এটি সাঁথৰ মাথো অৰ্থ ভঙাহে টান হাঁহিব খুজিলে কিহবাই যেন কঁপাই প্ৰাণ কতনো অপ্ৰত্যাশিত বেদনাৰ আহে বান বানৰ জোৱাৰে ছিঙি ভাঙি নিয়ে যত মান অভিমান অভিমান খিনি অভিনয়েৰে লুকুৱাই তুমি থবা ভাবিছিলা তুমি হাত মেলিলেই..!! মানা বা নেমানা কিছুকথা যেন হঠাতেই ঘটি যায় নেমানো বুলিও নোৱাৰা থাকিব তুমি যেন নিৰুপায় প্ৰতিদিনে কত ঘটনা ঘটে অচিন আঘাট পায় সময়ৰ এটি... গুণ আছে সময়ৰ.. এটি.. গুণ.. আছে ই আঘাট শুকুৱাই ই... আঘাট... শুকুৱাই ধৈৰ্য্য খিনি নিৰ্ভিকভাবে বুকুতেই শুহি থবা...!! গীতৰ কথা, সুৰ ও কণ্ঠ : ভূপেন হাজৰিকা । বোলছবি : ময়ুৰী (১৯৮৫) 🌿🌼🌿

Comments