Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб Bhora Barishar Bane ( ভৰা বাৰিষাৰ বানে ) - by Bhupen Hazarika. в хорошем качестве

Bhora Barishar Bane ( ভৰা বাৰিষাৰ বানে ) - by Bhupen Hazarika. 2 года назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



Bhora Barishar Bane ( ভৰা বাৰিষাৰ বানে ) - by Bhupen Hazarika.

Bhora Barishar Bane ( ভৰা বাৰিষাৰ বানে ) - by Bhupen Hazarika./ Lyrics and Melody by Bhupen Hazarika / Song was written in 1954. / Lyrics of the song : ভৰা বাৰিষাৰ বানে খহাই নিলে গাঁও পাৰতে উচুপি কান্দে দুখীয়াৰ ছাও ৷ ভৰা বাৰিষাতে, ভৰা বাৰিষাতে ৷৷ বানপানীয়ে ঘৰৰ চালে পানী কাটি নিয়ে আহুধানৰ আলিটিৰ ভেটা ভাঙি দিয়ে ভৰা বাৰিষাতে, ভৰা বাৰিষাতে ৷৷ নাতি-পুতিক আঁকোৱালি বুঢ়ীআয়ে কান্দে অ’ হুদুটিয়ে গছে আগত ভেটি মাটি খুন্দে ৷ ভৰা বাৰিষাতে, ভৰা বাৰিষাতে ৷৷ খেৰৰ পঁজাৰ চালকেখন উটি উটি যায় অ’ তাতে বহি চিলনীয়ে কিবা নাম গায় ৷ ভৰা বাৰিষাতে, ভৰা বাৰিষাতে ৷৷ হেজাৰ হেজাৰ খেতিয়কৰ পথাৰ বুৰি গ’ল এ’ গাঁৱৰে কঠীয়াতলীৰ সপোন ভাগি গ’ল ৷ ভৰা বাৰিষাতে, ভৰা বাৰিষাতে ৷৷ ভূপেন হাজৰিকা

Comments