У нас вы можете посмотреть бесплатно Ural Throwing -the amazing traditional sports of assam.(উৰাল দলিওৱা খেল) или скачать в максимальном доступном качестве, которое было загружено на ютуб. Для скачивания выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса savevideohd.ru
Ural- a traditional wooden device for husking paddy and grinding rice. This Ural throwing is one of the popular game in the the Tiwa and Karbi communities of Assam.Strong and healthy young man if the community take part in the game. One Ural weights 25kg. In the game of the participant groups at the edge of an ural with the help of his teeth only, lift up and throws it off to his back side. The one who can throw the ural to the maximum distance was adjusted as the best. This game is popular as 'shyam kawa amlewa' in the tiwa community and the karbi people call it ' long kapathu'. This sports activity have seen in some places of west karbi anglong district of assam. এসময়ত আমাৰ চহা জীৱনৰ এবিধ গুৰুত্বপূৰ্ণ উপাদান উৰালৰ সৈতে আমাৰ পৰম্পৰাগত খেলৰ সম্পৰ্ক কি? আচলতে এসময়ত আমাৰ গ্ৰাম্যজীৱনত উৰালতেই ধান, চাউল আদি বিভিন্ন বস্তু খুন্দা হৈছিল। সাধাৰণতে গাঁৱৰ মহিলা সকলে মিলি একেলগে সেই ধান, চাউল আদি খুন্দা কামবোৰ কৰিছিল। সেই সময়ছোৱাতে তেওঁলোকে উৰালত ধান চাউল আদি খুন্দাৰ বিভিন্ন প্ৰতিয়োগিতাও কৰিছিল। হাঁহি ফুৰ্তিৰ মাজেৰে কষ্টৰ সময়বোৰ পাৰ কৰাৰ উদ্দেশ্য সেইবোৰ আচলতে ধেমালিহে আছিল। কিন্তু পুৰুষসকলে সেই উৰালকলৈ এবিধ বিশেষ খেল খেলিছিল। ইয়াত প্ৰতিযোগিয়ে প্ৰথমে উৰালটো দাঁতেৰে কামোৰি ওপৰলৈ উঠাই লয় আৰু যিমান পাৰি জোৰেৰে পিছফালে মাৰি পঠিয়ায়। যিজনে উৰালটো পিছফালে যিমান দূৰ মাৰি পঠিয়াব পাৰে তেওঁকেই বিজয়ী ঘোষণা কৰা হয়। এই খেলবিধ আমাৰ কাৰ্বি আৰু তিৱা সমাজত এই খেল মাজে সময়ে খেলা দেখা যায়। মূলত পশ্চিম কাৰ্বি- আংলঙত প্ৰচলিত এইখেলবিধক ¸ তিৱা সকলে এই খেলক ছ্যাম কাৱা আমলেৱা আৰু কাৰ্বি সকলে এই খেলক লং কাপাথু বুলি কয়। Facebook page: Traditional Sports and Games of Assam: Our Sports Our Pride Website: www.tsgnei.com Facebook page link: / tsgassam এই বিষয়ে ফেচবুক পে'জ Traditional Sports and Games of Assam: Our Sports Our Pride আৰু ৱেবচাইট www.tsgnei.com ত সবিশেষ তথ্য উপলদ্ধ হ'ব। ফেচবুক পে'জৰ লিংক : / tsgassam