Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб নদীত শিল ভঙা তিৰুতাজনী এতিয়া কোটিপটি ব্যৱসায়ী в хорошем качестве

নদীত শিল ভঙা তিৰুতাজনী এতিয়া কোটিপটি ব্যৱসায়ী 2 года назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



নদীত শিল ভঙা তিৰুতাজনী এতিয়া কোটিপটি ব্যৱসায়ী

নদীত শিল ভঙা তিৰুতাজনী এতিয়া কোটিপটি ব্যৱসায়ী দ্বিতীয় বিবাহ পাশত বন্দী হৈ স্বামীয়ে মহিলাগৰাকীৰ ওপৰত চলালে অকথ্য নিৰ্যাতন ৷ স্বামীয়ে তেওঁক ক’লে যে স্বামীৰ অবিহনে ভিক্ষাৰীৰ জীৱন কটাব লাগিব মহিলাগৰকীয়ে কিন্তু মহিলাগৰাকী থমকি আত্মসমৰ্পণ কৰা বিধৰ নাছিল ৷ এদিন স্বমীৰ পৰা আতৰি আহি বিচাৰিলে নিজৰ এটা উপাৰ্জনৰ পথ ৷ ডিক্ৰং নদীৰ শিল বুটলি ভাঙি বিক্ৰী কৰি আৰম্ভ কৰিলে কঠোৰ পৰিশ্ৰম আৰু শিলবোৰে সলাই দিলে তেওঁৰ জীৱন এতিয়া তেওঁ ইটোৰ পাছত সিটো অট্ৰালিকা সদৃশ গৃহৰ গৰাকী ZCB excuvetorৰ পৰা ট্ৰাকলৈকে বহু সম্পত্তিৰ গৰাকী লখিমপুৰৰ বগীবাই পেগু নামৰ এগৰাকী সাহসী মহিলাই জীৱন যুদ্ধত জয়ী হোৱা অনুপম কাহিনী এয়া : uparjan.in

Comments