Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб Xitore Xemeka Rati ( শীতৰে সেমেকা ৰাতি ) - by Bhupen Hazarika. в хорошем качестве

Xitore Xemeka Rati ( শীতৰে সেমেকা ৰাতি ) - by Bhupen Hazarika. 5 лет назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



Xitore Xemeka Rati ( শীতৰে সেমেকা ৰাতি ) - by Bhupen Hazarika.

Assamese song of Bhupen Hazarika / Lyrics, Melody and Music by Bhupen Hazarika / Lyrics of the song : . #_শীতৰে_সেমেকা_ৰাতি শীতৰে সেমেকা ৰাতি... শীতৰে সেমেকা ৰাতি...! সেমেকা শীতৰে ৰাতি শীতৰে সেমেকা ৰাতি । বস্ত্রবিহীন কোনো খেতিয়কৰ ভাগি পৰা পঁজাটিৰ তুঁহ জুই একুৰাৰ উমি উমি জ্বলি থকা ৰক্তিম যেন এটি উত্তাপ হওঁ । ৰক্তিম যেন এটি উত্তাপ হওঁ । ৰক্তিম যেন এটি উত্তাপ হওঁ ।। শীতৰে সেমেকা ৰাতি শীতৰে সেমেকা ৰাতি সেমেকা সেমেকা ৰাতি শীতৰে সেমেকা ৰাতি। বস্ত্রবিহীন কোনো খেতিয়কৰ ভাগি পৰা পঁজাটিৰ তুঁহ জুই একুৰাৰ উমি উমি জ্বলি থকা ৰক্তিম যেন এটি উত্তাপ হওঁ । ৰক্তিম যেন এটি উত্তাপ হওঁ । ৰক্তিম যেন এটি উত্তাপ হওঁ ।। শীতৰে সেমেকা ৰাতি শীতৰে সেমেকা ৰাতি ।। শীতৰে সেমেকা ৰাতি... খাদ্যবিহীন কোনো দিন-মজুৰৰ প্রাণতে লুকাই থকা ক্ষুধা-অগনিৰ হঠাতে ভমকি উঠা প্রচণ্ড যেন এটি প্রতাপ হওঁ প্রতাপ হওঁ মই প্রতাপ হওঁ । প্রচণ্ড যেন এটি প্রতাপ হওঁ । প্রচণ্ড যেন এটি প্রতাপ হওঁ ।। শীতৰে সেমেকা ৰাতি শীতৰে সেমেকা ৰাতি ।। শীতৰে সেমেকা ৰাতি....! শীতৰে সেমেকা ৰাতি.....!! সংখ্যালঘু কোনো সম্প্রদায়ৰ সংখ্যালঘু কোনো সম্প্রদায়ৰ ভয়াৰ্ত্ত মনটিৰ নুফুটা আর্তনাদ নিজেই প্রকাশ কৰি - মিঠা যেন এটি নিৰাপত্তা হওঁ নিৰাপত্তা হওঁ.... নিৰাপত্তা হওঁ । শীতৰে সেমেকা ৰাতি....! কণ্ঠৰুদ্ধ কোনো সুগায়কৰ কণ্ঠৰুদ্ধ কোনো সুগায়কৰ প্রভাত আনিব পৰা অথচ নোগোৱা এটি অমৰ গীতৰ বাবে _ মই যেন এটি সুধাকণ্ঠ হওঁ সুধাকণ্ঠ হওঁ , সুধাকণ্ঠ হওঁ মই যেন এটি সুধাকণ্ঠ হওঁ ।। মই যেন এটি সুধাকণ্ঠ হওঁ ।। শীতৰে সেমেকা ৰাতি সেমেকা সেমেকা ৰাতি শীতৰে সেমেকা ৰাতি। বস্ত্রবিহীন কোনো খেতিয়কৰ ভাগি পৰা পঁজাটিৰ তুঁহ জুই একুৰাৰ উমি উমি জ্বলি থকা ৰক্তিম যেন এটি উত্তাপ হওঁ । ৰক্তিম যেন এটি উত্তাপ হওঁ । প্রচণ্ড যেন এটি প্রতাপ হওঁ ! মই যেন এটি নিৰাপত্তা হওঁ ! মই যেন এটি সুধাকণ্ঠ হওঁ ! শীতৰে সেমেকা ৰাতি... শীতৰে সেমেকা ৰাতি...!   🌿🌼🌿 কথা, সুৰ-সংগীত ও কণ্ঠ : ভূপেন হাজৰিকা । ৰচনা কাল : ১৯৬৯ চন। 🌿🌼🌿 #autohash #outdoors #people #illuminated #flame #smoke #dark #dusk #nature #heat #burnt #mystery #travel #traveling #visiting #instatravel #instago #light #fun #creativity #portrait

Comments