Русские видео

Сейчас в тренде

Иностранные видео




Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



100 Important Science GK in Assamese | Assamese General Knowledge Questions and Answers | Assam GK

100 Assamese Science GK – India GK - বিজ্ঞান অসমীয়া সাধাৰণ জ্ঞান - Assam GK Question and Answer and India General knowledge Questions And Answers. Most important MCQ on Samanya Gyan MCQ Questions in Assamese . These GK questions are very useful for various government exams like. Assam PSC, Panchayat, APDCL, PNRD, UPSC, SSC, Railway, Banking, State PSC, CDS, NDA, SSC CGL, SSC etc. বিজ্ঞানৰ সাধাৰণ ৰ প্ৰশ্ন উত্তৰ - All Competitive Exam বিজ্ঞান ভিত্তিক সাধাৰণ জ্ঞান Q.প্ৰশ্ন: সূৰ্যৰ পোহৰত মানুহৰ শৰীৰত কি ভিটামিন উৎপন্ন হয়? Q.প্ৰশ্ন: কিহৰ মাধ্যমত হৃৎপিণ্ডৰ পৰা তেজ দূৰলৈ যায়? Q.প্ৰশ্ন: মানুহৰ মগজুত থকা স্নায়ুকোষৰ সংখ্যা কিমান? Q.প্ৰশ্ন: ভিটামিন 'C' ৰ আন এটা নাম কি? Q.প্ৰশ্ন:ঘোঁৰাৰ দাঁত কেইটা? Q.প্ৰশ্ন:আটাইতকৈ দীৰ্ঘজীৱি প্ৰাণী কি? Q.প্ৰশ্ন:অধিক শিৰা থকা প্ৰণী কি? Q.প্ৰশ্ন:বংশগতিৰ একক কি? Q.প্ৰশ্ন:ৰাডাৰ (RADAR) ৰ সম্পূৰ্ণ অৰ্থ কি? Q.প্ৰশ্ন:পানীৰ গভীৰতা জোখৰ একক কি? Q.প্ৰশ্ন:অক্সিজেনৰ গ্ৰাম আনৱিক ভৰ কিমান? Q.প্ৰশ্ন:সুস্থ মানুহ এজনৰ শৰীৰৰ সাধাৰণ উত্তাপ কিমান? Q.প্ৰশ্ন:মানৱদেহৰ কোন অংশত ইউৰিয়া উৎপন্ন হয়? Q.প্ৰশ্ন:সূৰ্য্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে কিমান সময় লয়? Q.প্ৰশ্ন:চিমেন্টৰ অত্যাৱশ্যকীয় উপাদানটো কি? Q.প্ৰশ্ন:মানুহৰ বৈজ্ঞানিক নাম কি? Q.প্ৰশ্ন:প্ৰাণী দেহত হৰ'মন সৃষ্টিকাৰী গ্ৰন্থিক কি বোলে? Q.প্ৰশ্ন:মানৱদেহত থকা ক্ৰমোজমৰ সংখ্যা কিমান? Q.প্ৰশ্ন:মানৱ দেহত কি গ্ৰুপৰ তেজ থাকিলে সকলো গ্ৰুপৰে তেজ গ্ৰহণ কৰিব পাৰে? Q.প্ৰশ্ন:যক্ষ্মা ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াৰ নাম কি? Q.প্ৰশ্ন:কোনটো মৌলৰ অভাৱত হাড়ৰ বৃদ্ধি পায়? Q.প্ৰশ্ন:মানুহৰ শৰীৰত কেইবিধ খনিজ পদাৰ্থ আছে? Q.প্ৰশ্ন:পোহৰৰ গতিবেগ কিমান? Q.প্ৰশ্ন:আপেক্ষিকবাদ মতবাদৰ জনক কোন? Q.প্ৰশ্ন:গাড়ীত কি দাপোণ ব্যৱহাৰ কৰা হয়? Q.প্ৰশ্ন:পটাচিয়াম নাইট্ৰেট কি কামৰ বাবে ব্যৱহাৰ হয়? Q.প্ৰশ্ন:কেচুৰ চকু কেইটা? Q.প্ৰশ্ন:'ব্লেক হল' সিদ্ধান্ত কোনজন বিজ্ঞানীৰ আছিল? Q.প্ৰশ্ন:মৰিচিকা হোৱাৰ কাৰণ কি? Q.প্ৰশ্ন:সকলোতকৈ দহনশিল গেছ কি? Q.প্ৰশ্ন: কি ধাতু তৰল অৱস্থাত থাকে? Q.প্ৰশ্ন:ইলেকট্ৰন আৱিস্কাৰ কৰা বিজ্ঞানী জনৰ নাম কি? Q.প্ৰশ্ন:আটাইতকৈ কোমল ধাতু বিধৰ নাম কি? Q.প্ৰশ্ন:ভাৰতৰ প্ৰথম পাৰমাণবিক চুলাটোৰ নাম কি? Q.প্ৰশ্ন:পায়ৰিয়া ৰোগে মানুহৰ শৰীৰত কোন অংশত অপকাৰ কৰে? Q.প্ৰশ্ন:সৰ্বাধিক ব্যৱহাৰ কৰা ধাতু বিধ কি? Q.প্ৰশ্ন:কেন্সাৰ ৰোগৰ চিকিৎসাত কি মৌল ব্যৱহাৰ কৰা হয়? Q.প্ৰশ্ন:কেঁচাফল পকাবলৈ কি গেছ ব্যৱহাৰ কৰা হয়? Q.প্ৰশ্ন:ধাতুৰ টুকুৰা জোৰা লগাবলৈ কি গেছ ব্যৱহাৰ কৰা হয়? Q.প্ৰশ্ন: AC আৰু DC কাৰেন্ট পাবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয়? Q.প্ৰশ্ন: কি পদ্ধতিত সুৰ্য্যৰ তাপ পৃথিৱীলৈ আহে? Q.প্ৰশ্ন:বায়ুৰ গতি আৰু বল জোখা যন্ত্ৰটোৰ নাম কি? Q.প্ৰশ্ন:পিতলত কি কি ধাতু থাকে? Q.প্ৰশ্ন: আটাইতকৈ বিষাক্ত মৌল বিধৰ নাম কি ? Q.প্ৰশ্ন: আটাইতকৈ গধুৰ গেছীয় মৌলবিধ কি ? Q.প্ৰশ্ন:বিজুলী বাতিৰ ফিউজ তাৰ প্রস্তুত কৰিবলৈ সাধাৰণতে কি পদার্থ ব্যৱহাৰ কৰা হয়। Q.প্ৰশ্ন: অনার্তাৰ যােগে প্রথম বাতৰি প্রেৰণ কৰা বিজ্ঞানীজনৰ নাম কি ? Q.প্ৰশ্ন: চুম্বকে কি কি আকর্ষণ কৰে ? Q.প্ৰশ্ন: পদার্থ বিজ্ঞানত প্রথম নােবেল বটা পােৱা বিজ্ঞানীজনৰ নাম কি? Q.প্ৰশ্ন: ফ্ৰিজত ব্যৱহাৰ কৰা শীতলকাৰক বিধৰ নাম কি ? Q.প্ৰশ্ন: উদ্ভিদৰ সালােক সংশ্লেষণ প্রক্রিয়াৰ অক্সিজেন কৰ পৰা আহে ? Q.প্ৰশ্ন: বিশ্বত সর্বাধিক পৰিমানে ব্যৱহাৰ হােৱা পাচলিবিধ কি ? Q.প্ৰশ্ন:কুঁহিয়াৰত থকা শর্কৰাবিধৰ নাম কি? Q.প্ৰশ্ন:বিলাহী প্রকৃততে ফল নে পাচলি ? Q.প্ৰশ্ন:বিলাহীত থকা এচিডবিধৰ নাম কি ? Q.প্ৰশ্ন:মহাকাশত কোনাে বস্তৰ ওজন কিমান ? Q.প্ৰশ্ন: কেথত ৰশ্মি ব্যৱহাৰ কৰা জনপ্রিয় যন্ত্রবিধৰ নাম কি ? Q.প্ৰশ্ন:কোনবিধ পদার্থক দাৰ্শনিক শিল' (Philospher's Stone) বোলা হয় ? Q..প্ৰশ্ন:মহাকাশ বিজ্ঞান প্রতিষ্ঠান 'নাছাৰ (NASA) সম্পূর্ণ নাম কি ? Q.প্ৰশ্ন:পদার্থ বিজ্ঞানত দুবাৰ নােবেল বঁটা লাভ কৰা বিজ্ঞানীজন কোন ? Q.প্ৰশ্ন:অন্য উদ্ভিদৰ গাত আশ্রয় লৈ থকা উদ্ভিদক কি কোৱা হয় ? Q.প্ৰশ্ন:ভাৰতৰ কোনখন প্রাচীন গ্রন্থত উদ্ভিদৰ শ্রেণীকৰণ উল্লেখ আছে ? Q.প্ৰশ্ন:জুলাই মাহৰ প্রথম সপ্তাহটো ভাৰতত কি উৎসৱ হিচাবে পালন কৰা হয় ? #AssamGK #Assamese_GK #অসমীয়া_সাধাৰণ_জ্ঞান #অসমীয়া_সাধাৰণ_জ্ঞান #100_assamse_GK @assamgkquestionanswer3737

Comments