Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб লকডাউনত বিধ্বস্ত হৈ পৰা এজন গাড়ী মালিকৰ কাহিনী,আৰম্ভ কৰিলে পেপাৰ পেলেটৰ কাৰখানা paper plate business в хорошем качестве

লকডাউনত বিধ্বস্ত হৈ পৰা এজন গাড়ী মালিকৰ কাহিনী,আৰম্ভ কৰিলে পেপাৰ পেলেটৰ কাৰখানা paper plate business 2 года назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



লকডাউনত বিধ্বস্ত হৈ পৰা এজন গাড়ী মালিকৰ কাহিনী,আৰম্ভ কৰিলে পেপাৰ পেলেটৰ কাৰখানা paper plate business

লকডাউনত বিধ্বস্ত হৈ পৰা এজন গাড়ী মালিকৰ কাহিনী,আৰম্ভ কৰিলে পেপাৰ পেলেটৰ কাৰখানা paper plate business লকডাউনে জীৱন বিপয্যস্ত কৰি তোলা এজন ব্যক্তিৰ কাহিনী ৷ লালুকৰ ৰাজু শইকীয়া নামৰ এই ব্যক্তিগৰাকী আছিল এখন ট্ৰেভেলাৰ গাৰীৰ মালিক ৷ কিন্তু প্ৰথম কভিড কালৰ লকডাউনত যান বাহনৰ চলাচল বন্ধ হৈ পৰাত দিশ হাৰা হৈ পৰে ৰাজু শইকীয়া ৷ ইনষ্টলমেন্ট পৰিশোধ কৰিব নোৱাৰি গাড়ী বিক্ৰি কৰি পৰিশোধ কৰিলে ফাইনেন্স কোম্পানীৰ ঋণ ৷ গাড়ী বিক্ৰী দিশহাৰা হৈ পৰা মানুহজনে খবৰ পালে যে কম পূজিৰে আৰম্ভ কৰিব পাৰি পেপাৰ প্লেট বনোৱা কাৰখানা ৷ সেয়ে আনৰ পৰা ১ লাখ টকা ধাৰলৈ লৈ আৰু হাতৰ বাচি থকা ধনেৰে কিনি আনিলে এটি পেপাৰ প্লেট বনোৱা মেচিন ৷ ইয়াৰ পাছৰে পৰা আৰম্ভ হ’ল ৰাজু শইকীয়াৰ কঠোৰ পৰিশ্ৰম ৷ উৎপাদন কৰা প্লেটবোৰ বিক্ৰী কৰাবলৈ দোকানে দোকানে আৰম্ভ কৰিলে মাৰ্কেটিং ৷ কিন্তু মাৰ্কেটিঙৰ ম টোও নজনা ৰাজু শইকীয়া বহু দোকানৰ পৰা ঘূৰি আহিল বিমুখ হৈ ৷ তথাপি কাম এৰি নিদলে আৰু লাহে লাহে অৰ্ডাৰ পাবলৈ ধৰিলে ৷ আগতে তিনিমাহতো ৫০ হেজাৰ পেপাৰ পেলেট বিক্ৰী কৰিব নোৱাৰা ৰাজু শইকীয়াই এতিয়া প্ৰতি মাহত বিক্ৰী কৰে ৫ লাখ টকাৰ পেপাৰ প্লেট ৷ এই ব্যৱসায়ত শেহতীয়াকৈ ৰাজু শইকীয়াক সহায় কৰিছে তেওঁৰ জেঠেৰীয়েকে ৷ uparjan.in

Comments