Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб অসম এৰি, দিল্লীলৈ কিয় যাব ৰাহুল গৌতম শৰ্মা ! в хорошем качестве

অসম এৰি, দিল্লীলৈ কিয় যাব ৰাহুল গৌতম শৰ্মা ! 2 года назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



অসম এৰি, দিল্লীলৈ কিয় যাব ৰাহুল গৌতম শৰ্মা !

অসম এৰি,দিল্লীলৈ কিয় যাব ৰাহুল! ৫বছৰৰ পিছত অসমলৈ কিহৈ উভতিব প্ৰতিভাবান যুৱক ৰাহুল! কবিৰ পৰা গীতিকাৰলৈ। অভিনয়ৰ পৰা সংগীতলৈ। জুবিন গাৰ্গৰ পৰা অংগৰাগ পাপনলৈ। কটন কলেজৰ পৰা আম্বেদকাৰ বিশ্ববিদ্যালয়লৈ... ছাত্ৰ ৰাজনীতিৰ পৰা CAA আন্দোলনলৈ। গীতিকাৰ,অভিনেতা,গায়ক,লেখক,তাৰ্কিক,কবি, কটনিয়ান,এজন প্ৰতিভাৱান যুৱক ৰাহুল গৌতম শৰ্মা। উচ্চ শিক্ষাৰ বাবে ৰাহুল গৌতম শৰ্মা যাবলৈ ওলাইছে দিল্লীলৈ, Baartalaap Media Academy ৰ ছাত্ৰ ছাত্ৰী সকলৰ সৈতে এক অন্তৰংগ আলাপত অংশগ্ৰহণ কৰিলে ৰাহুল গৌতম শৰ্মাই, অসম আৰু অসমীয়াৰ বাবে কিবা এটা কৰাৰ ইচ্ছা ৰাহুলৰ, ভবিষ্যতৰ পৰিকল্পনাৰ কথাও জনালে ৰাহুল গৌতম শৰ্মাই, Baartalaap বাৰ্তালাপ ৰ তৰফৰ পৰা Rahul Gautam Sharma লৈ শুভেচ্ছা জ্ঞাপন কৰিলো । #rahulgautamsharma #chakrapaniparashar #baartalaap #baartalaapmediaacademy   / baartalaap     / baarta_laap     / baartalaapdotin   https://baartalaap.in/

Comments