Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб ৩য়, ৪ৰ্থ বৰ্গৰ চাকৰিৰ নামত ধন সংগ্ৰহৰ অভিযোগ в хорошем качестве

৩য়, ৪ৰ্থ বৰ্গৰ চাকৰিৰ নামত ধন সংগ্ৰহৰ অভিযোগ 3 дня назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



৩য়, ৪ৰ্থ বৰ্গৰ চাকৰিৰ নামত ধন সংগ্ৰহৰ অভিযোগ

▶️ ৩য়, ৪ৰ্থ বৰ্গৰ চাকৰিৰ নামত ধন সংগ্ৰহৰ অভিযোগ। গোৱালপাৰা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক মজবুল হক চৌধুৰীৰ বিৰুদ্ধে অভিযোগ। কেমেৰাত বন্দী ধন সংগ্ৰহৰ সমগ্ৰ দৃশ্য। চাকৰিৰ নামত জিলাখনৰ ভালে সংখ্যক প্ৰাৰ্থীৰ পৰা লাখ লাখ টকা সংগ্ৰহৰ অভিযোগ। সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰৰ পাছতে জাঙুৰ খাই উঠিছে ভুক্তভোগী লগতে ছাত্ৰ সংগঠন আৰু শিক্ষকসমাজ।

Comments