Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб BHAKTIR SAGAR | Achurjya Barpatra | Kamala Gogoi | Lohit Rohit | Assamese Bhakti Mulak Song в хорошем качестве

BHAKTIR SAGAR | Achurjya Barpatra | Kamala Gogoi | Lohit Rohit | Assamese Bhakti Mulak Song 1 месяц назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



BHAKTIR SAGAR | Achurjya Barpatra | Kamala Gogoi | Lohit Rohit | Assamese Bhakti Mulak Song

BHAKTIR SAGAR | Achurjya Barpatra | Kamala Gogoi | Lohit Rohit | Assamese Bhakti Mulak Song Tazashree Present's গীত - ভক্তিৰ সাগৰ কন্ঠ শিল্পী - আচুৰ্য বৰপাত্ৰ কথা-সুৰ - দিহা সম্ৰাট কমলা গগৈ সংগীত - ড° লোহিত ৰোহিত শব্দ সংমিশ্ৰণ- জিন্টু বৰদলৈ সহ: -শিল্পী - ৰূপম বৰা, ৰাজীৱ চানী বাদ্য শিল্পী: কৈলাশ ৰাভা দেৱেশ্বৰ শ‌ইকীয়া নিৰ্মল দাস জি. কে. মাইনা পিতি বৰা গৌতম শ‌ইকীয়া বাণীবদ্ধক ৰিপু মহন (ৰাজ মিউজিক ষ্টুডিঅ') সুভাষ দহোটীয়া( অডিঅ' হলিক ষ্টুডিঅ') আৰ্ট- ৱৰ্ক- জোনাক যুগান্তৰ বৰা লিৰিকেল ভিডিঅ'- তিলক ৰঞ্জন আমি কৃতজ্ঞ অতুল গগৈ পুণ্য গগৈ ফটিকদত্ত গোস্বমী সুমিত্ৰা গোহাঁই দিগন্ত বৰদলৈ শোণিত গগৈ মীনাক্ষী বৰঠাকুৰ বৰপাত্ৰ বাস্তৱ নাথ হিতেশ তৰুণ গগৈ পুলক নাথ শৰৎ নীল কুশল কাশ্যপ জ্যোতিৰঞ্জন বৰুৱা মীৰ মৃদুল মানস নাথ ৰাগ দ্বীপ মনোজ বাৰৈ অভিমূন্য তাঁতী Lyrics ঘোষা ভক্তিৰ সাগৰ বৰদোৱা শিৰোমণি জন্ম হোৱা সেয়েহে ভক্তিৰ সাগৰ বৰদোৱা থান চৌপাশে শুনো গোবিন্দৰ গুণ গান। ভক্তিৰ সাগৰ ভক্তিৰ সাগৰ বৰদোৱা দৰ্শন কৰি নালাগে ভাগৰ অ' মহাপাপো ক্ষয় হয় পাতকী জনৰ। পদ - প্ৰণালিলো মহাপূণ্য বৰদোৱা থান মৰতৰ বৈকুণ্ঠ বুলি ভকতে কৰে মান ২ জন্ম লৈলা পৰম গুৰু শ্ৰীমন্ত শংকৰ সেহি হেতু পূণ্য তীৰ্থ হৈলা ভাৰস্তৰ। ভাঙনি: ৰুক্মিণী হৰণ কৰি ভকতৰ প্ৰাণ ক্ষন্তেক বিশ্ৰাম লৈলে আহি সেহি স্হান অ' দেৱীক বুলিলা প্ৰভু দ্বাপৰ যুগতে শঙ্কৰ ৰূপে জন্ম লম কলিৰ কালতে। খৰতাল- কৃষ্ণ অংশে জন্ম লৈলা শ্ৰীমন্ত শংকৰ কলি যুগে নাম ধৰ্ম কৰিলা প্ৰচাৰ পদ - বটদ্ৰৱা স্হানে আহি গুৰু জন্ম হয় সেহি হেতু বটদ্ৰৱা বৈকুণ্ঠ দুতয়। শঙ্কৰদেৱ কিনো তোমাৰ লীলা অত ৰাত্ৰি ভকতক নামেৰে মোহিলা বোল হৰি বোল হৰি বোল হৰি হৰি বোল বোল হৰি বোল হৰি বোল হৰি বোল ভকতৰ সঙ্গে হৰি হে ৰাম। #achurjyaborpatra_diha_nam #achurjyabarpatra_new_song #voktir_sagar #bhaktir_sagar #assamese_popular_diha_devotional_song #tukarigeet #horinam_hit_song #achurajyaborpatra_horinaam #devotionalsong #vokti_mulak_geet #voktisong #new_assamese_tukarigeet #kamala_gogoi_dihanaam #lohit_rohit_music

Comments