Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб Dihanam // দিহানাম //হৰি নামৰ ধাৰা ASSAMES Dihanam @Bhagyashree Devi в хорошем качестве

Dihanam // দিহানাম //হৰি নামৰ ধাৰা ASSAMES Dihanam @Bhagyashree Devi 3 года назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



Dihanam // দিহানাম //হৰি নামৰ ধাৰা ASSAMES Dihanam @Bhagyashree Devi

#Dihanam #BhagyashreeDevi #assamessongs #voktimulok #zubeensongs #assamesdihanam #sangkarguru #horinam কণ্ঠ- ভাগ্যশ্ৰী দেৱী । কথা সুৰ-পুস্পেন্দ্ৰ কলিতা । Audio mixing- চন্দন মহন্ত । Video editing- দেৱা বৰদলৈ বাদ্য যন্ত- কমল শইকীয়া , কমল দাস, উত্তম নাথ Cntc number- 7399692438 হৰি নামৰ ধাৰা বৈকুণ্ঠৰে পৰা বোৱালে শংকৰে আশী ভকতীৰ অমীয়া প্ৰদিপ জালিয়া নাম দিলা জগতে প্ৰকাশী ।। তুমাৰ নামৰ ধ্বনি প্ৰতি ঘৰে ঘৰে নামৰে মহিমা দিলা নামঘৰ সাজিলা মণিকুট থাপিলা ৰাম নামৰ অমৃত মথিলা ।। নগাক আনিলা আসনে বসাইলা ভকত পাতিবৰ মনে নৰোত্তম নাম দি মুলত বসাইলা ৰাম নামে তুমি নিস্তাৰিলা ।। গাৰুক আনিলা আসনে বসাইলা ভকত পাতিবৰ মনে ভূতৰ দামোদৰক আদৰি আনিলা ৰাম নামে তুমি অমৃত বৰশিলা ।। গুৰু গোৱিন্দক বৈষ্ণৱৰ সংগত ভকতিৰ মালা দিলা চাংসাইকো মাতি নামঘৰৰ মধ্যে লাইখুটা স্থাপন কৰিলা ।। সাতো বৈকুণ্ঠৰে চিহ্ন আকি দিলা নামঘৰ শুৱনি কৰি নাম ঘৰে ঘৰে সিংহাসন থাপিলা নামৰে ধৰিলা গুৰি ।। গায়নে বায়নে অ গাণিকা গোৱালা ভকতিৰ পাতিলা মেলা জগত সভাত আহি বাৰ বৈষ্ণৱ বহি চিহ্নযাত্ৰা ভাওঁনা পাতিলা ।। মণিকুটে গৃহ বান্ধিলা শংকৰ ভকতে জুৰাব বুলি কীৰ্ত্তন দশমৰে ভেদ ভাঙি দিলা লোৱা সবে হীদয়তে তুলি ।। ভকতিৰ তত্ত্ব হৰি নামে মাত্ৰ হৰি নামৰ মহিমা অপাৰ ভকতিও আধাৰ হৰিনাম মূলাধাৰ নামৰ বিনে মুকুতি অসাৰ ।। শ্ৰী গুৰু শংকৰ কীৰ্ত্তন ভাগৱতত ভকতীৰ তত্ব পাইৱা কলি যুগে ভনে হৈয়া সাৱধানে মায়া চুৰি ভকতি কৰিবা । । । Copyright Disclaimer under Section 107 of the copyright act 1976, allowance is made for fair use for purposes such as criticism, comment, news reporting, scholarship, and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational or personal use tips the balance in favour of fair use."

Comments