Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб পূৰ্বতকৈ কি কি পৃথক ২০২৩ৰ গুণোৎসৱত? গুণোৎসৱৰ পূৰ্বে কি কি কৰিব প্ৰতিখন বিদ্যালয়ে? Gunotsav 2023 в хорошем качестве

পূৰ্বতকৈ কি কি পৃথক ২০২৩ৰ গুণোৎসৱত? গুণোৎসৱৰ পূৰ্বে কি কি কৰিব প্ৰতিখন বিদ্যালয়ে? Gunotsav 2023 2 года назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



পূৰ্বতকৈ কি কি পৃথক ২০২৩ৰ গুণোৎসৱত? গুণোৎসৱৰ পূৰ্বে কি কি কৰিব প্ৰতিখন বিদ্যালয়ে? Gunotsav 2023

আজিৰ এই সাক্ষাৎকাৰত ২০২২ৰ গুণোৎসৱ সম্পৰ্কে সৱিশেষ তথ্য আগবঢ়াইছে মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক অচিন্ত্য কুমাৰ শৰ্মাই ৷ গুণোৎসৱ-২০২২ ৰ বাবে পূৰ্ণ পৰ্যায়ত প্ৰস্তুতি চলি আছে। নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে ধাৰ্য কৰি দিয়া নিৰ্দিষ্ট গ্ৰেড বিশেষ ফলাফল লাভ কৰাটো নিশ্চিত কৰিবলৈ অসম চৰকাৰে ২০১৭ বৰ্ষৰ পৰা ‘গুণোৎসৱ-এক গুণগত পদক্ষেপ’ ৰূপায়ণ কৰি আহিছে। বিদ্যালয়ৰ কাৰ্যসূচীত ৰাইজৰ অংশগ্ৰহণ, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু অন্যান্য অংশীদাৰসকলৰ মাজত সজাগতা সৃষ্টি, চৰকাৰী বিদ্যালয় ব্যৱস্থা সন্দৰ্ভত ৰাইজ আৰু অভিভাৱকসকলৰ মাজত ইতিবাচক অনুভৱ সৃষ্টি কৰাত গুণোৎসৱে ইতিবাচক প্ৰভাৱ পেলাইছে। NOTE: Partial images/pictures showed in the video belongs to the respected owners and I am not the owner of those image/picture showed in the video. COPYRIGHT DISCLAIMER Under Section 107 of the Copyright Act 1976, allowance is made for "fair use" for purpose such as criticism, comment and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational or personal use tips the balance in the favour of fair use. Please Subscribe the Channel    / knowledgehubs   #knowledgehub #gunotsav #ssaassam

Comments