Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб বিশালে কিবা ভুল কৰিছে, গমেই নাপায় হেনো চুমিয়ে в хорошем качестве

বিশালে কিবা ভুল কৰিছে, গমেই নাপায় হেনো চুমিয়ে 6 дней назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



বিশালে কিবা ভুল কৰিছে, গমেই নাপায় হেনো চুমিয়ে

কেইবাদিনীয়া উত্সুকতাৰ অৱসান লুকাই থকা চুমি-তাৰ্কিকৰ অৱশেষত আত্মসমৰ্পণ আদালতত হাজিৰ কৰোৱা হ’ল চুমি আৰু তাৰ্কিকক দুয়োকে ৫ দিনৰ জিম্মাত ল’লে আৰক্ষীয়ে ডিব্ৰুগড় থানাত ৰুজু হোৱা গোচৰ 352/2024 ভাৰতীয় ন্যায় সংহিতাৰ 316(2)/318(4)ত ৰুজু হৈছে গোচৰ Banning of Unregulated Deposit Schemes Act-2019ৰ অধীনতো গোচৰ চুমিৰ কাষত এতিয়া কোনো নাই আত্মসমৰ্পণৰ পূৰ্বে চুমিয়ে কৈ গ’ল বহু কথা ‘মই আৰু নোৱাৰিম, সকলো শেষ’ বিশালে কিবা ভুল কৰিছে, গমেই নাপায় হেনো চুমিয়ে ‘বিশাল চাফা অন্তৰৰ ল’ৰা’ কেৱল তাৰ লগতে নহয়, পৰিয়ালটোৰ লগত মোৰ ভালঃ চুমি ডুবাইলৈ হেনো ফ্ৰী ট্ৰীপ পায় চুমিয়ে ‘সুবিধা লোৱাৰ সময়ত সকলোৱে ল’লে’ ‘দুখ, ডিব্ৰুগড়ে কোনোদিনেই সমৰ্থন নকৰিলে মোক’ বিগত দিনকেইটাত তেওঁক লৈ হোৱা মীম, গানক লৈও ক্ষোভ প্ৰচাৰ হোৱা বাতৰিৰ উত্তৰ লাগে চুমিক এতিয়া আৰু চুমিৰ হেনো ভয় নাই সঁচা কথাৰে হেনো আৰক্ষীৰ কাষ চাপিছে চুমি-তাৰ্কিক বিশালৰ ব্যৱসায়েৰে সম্পৰ্ক নাই চুমিৰ! চুমিৰ ক্ষোভ ছবি-অভিনয় জগতৰ বিৰুদ্ধেও! অভিনয় জগতৰ কোনেও ভাল নাপায় চুমিক সেই কথা বুজি উঠিলে চুমি বৰাই বিশাল পৰিয়ালৰ সদস্যৰ দৰে: তাৰ্কিক কামৰ ব্যস্ততাৰ বাবেই তাৰ্কিক যোৱা নাছিল ডুবাইলৈ! চুমি আচলতে সঁচা নে মিছা? কিয় আত্মসমৰ্পণ কৰিলে চুমি-তাৰ্কিকে? কেনেকৈ, কি-পৰিস্থিতিত আৰক্ষীৰ ওচৰলৈ গ’ল চুমি? চুমিৰ আত্মসমৰ্পণ এক নাটক নেকি? এয়া আৰক্ষীৰ সফলতা নে বিফলতা? এতিয়া চুমি-তাৰ্কিক কেনে শাস্তিৰ সন্মুখীন হ’ব পাৰে? চুমি-তাৰ্কিকৰ বিৰুদ্ধে কেনে হ’ব লাগে অভিযোগনামা? বিশালৰ প্রৱঞ্চনাত সহযোগ কৰাসকলৰ কি হ’‍ব? ইয়াৰ মাজতে প্রশ্ন, ক’ত নোহোৱা হ’ল মহাপ্রৱঞ্চক দীপাংকৰ বৰ্মন? কিয় আৰক্ষীয়ে এমাহে সন্ধান উলিয়াব পৰা নাই দীপাংকৰৰ? কিমান কোটি ধন লৈ পলায়ন দীপাংকৰৰ? দীপাংকৰৰ দৰে বহু প্রৱঞ্চকৰ সন্ধান নাই অসমত অসম কিয় বাৰে বাৰে হৈ পৰিছে অনলাইন প্রৱঞ্চনাৰ ঘাটি? অনলাইন প্ৰৱঞ্চনা ৰোধত কিয় ব্যৰ্থ হৈছে আৰক্ষী? ট্রেডিং কেলেংকাৰিৰ আঁৰত আছে নেকি কোনো বিজেপি নেতা? অনলাইন ট্রেডিং আৰু গুজৰাটৰ সম্পৰ্ক কি? স্মৃতি ইৰাণীৰ বিৰুদ্ধে কি অভিযোগ আনিছে দেৱব্রত শইকীয়াই? সবিশেষ আলোচনা শ্যামলীৰ সৈতে আজিৰ ‘60 মিনিট্ছ’ত

Comments