Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб বেংকৰ চাকৰি এৰি বনশ্ৰীয়ে আৰম্ভ কৰিলে ফাৰ্ম integrated farming in assam в хорошем качестве

বেংকৰ চাকৰি এৰি বনশ্ৰীয়ে আৰম্ভ কৰিলে ফাৰ্ম integrated farming in assam 2 года назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



বেংকৰ চাকৰি এৰি বনশ্ৰীয়ে আৰম্ভ কৰিলে ফাৰ্ম integrated farming in assam

বেংকৰ চাকৰি এৰি বনশ্ৰীয়ে আৰম্ভ কৰিলে ফাৰ্ম integrated farming in assam যুৱতীৰ গৰাকীৰ সপোন আছিল বেংকৰ চাৰিয়াল হোৱাৰ ৷ পঢ়ি শুনি এদিন তেওঁ নিজৰ সপোন পূৰন কৰিলে ৷ কিন্তু এদিন চাকৰি কৰি তেওঁ ভাগৰি পৰিলে আৰু ঠিক কৰিলে যে বেংকৰ চাকৰি এৰি আৰম্ভ কৰিব এখন ফাৰ্ম ৷ সেই মতেই তেওঁ বেংকৰ এচিচটেণ্ট মেনেজাৰ পদ এৰি আৰম্ভ কৰিলি এখন ইন্ট্ৰিগেটেড ফাৰ্ম : বনশ্ৰী হাজৰিকা নামৰ লখিমপুৰৰ নকাৰীৰ এগৰাকী সাহসী যুৱতীৰ কাহিনী এয়া ৷ এতিয়া দৈনিক ১০০ লিটাৰ গাখীৰ উৎপাদন হয় তেওঁৰ ফাৰ্মত ৷ জাৰ্চি ফাৰ্মৰ লগতে ছাগলী -কুকুৰা -মৎস্য পালনেৰে স্বাৱলম্বীতাৰ পথ প্ৰশস্ত কৰা বনশ্ৰীৰ সৈতে কথা পাতো আহক : uparjan.in

Comments