Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб বেংকৰ চাকৰি এৰি শান্তনুৱে আৰম্ভ কৰিলে গাহৰি ফাৰ্ম pig farming in assam в хорошем качестве

বেংকৰ চাকৰি এৰি শান্তনুৱে আৰম্ভ কৰিলে গাহৰি ফাৰ্ম pig farming in assam 2 года назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



বেংকৰ চাকৰি এৰি শান্তনুৱে আৰম্ভ কৰিলে গাহৰি ফাৰ্ম pig farming in assam

বেংকৰ চাকৰি এৰি শান্তনুৱে আৰম্ভ কৰিলে গাহৰি ফাৰ্ম pig farming in assam uparjan cotact number:9101735732 বেংকৰ চাকৰি কৰি তেওঁ আছিল সুখী কিন্তু লাহে লাহে তেওঁৰ মন মগজুত ব্যৱসায় কৰাৰ বীজ অংকুৰিত হ’ল ৷ কাৰন বেংকত সদায় শুনিব লাগে আনৰ কথা আৰু বলি হ’ব লগীয়া হয় মানসিক চাপৰ ৷ সেয়ে বেংকৰ চাকৰি এৰি ইউটিউবৰ ভিডিঅ’ চাই আৰু একাংশ ব্যক্তিৰ পৰামৰ্শ লৈ তেওঁ ঘৰৰ বাৰীতে আৰম্ভ কৰিলে এখন গাহৰি ফাৰ্ম ৷ নাম দিলে ৰনাংগন গাহৰি ফাৰ্ম ৷ কদম যোৰহটীয়া গোহাই গাঁৱৰ শান্তনু বৰবৰুৱা নামৰ এজন যুৱকৰ কাহিনী এয়া। পিতৃ মাতৃৰ সহায়ত শান্তনুৱে এবছৰ ধৰি সুচাৰুৰূপে চলাই গৈছে ফাৰ্মখন ৷ নতুন গাহৰি পালক শান্তনু বৰবৰুৱাই কি পদ্ধতিৰে গাহৰি ফাৰ্মখন চলাই আহিছে -সবিশেষ জানো আহক : uparjan.in

Comments