Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб Moke Ibar ( বৰগীত) - by Tarali Sarma. в хорошем качестве

Moke Ibar ( বৰগীত) - by Tarali Sarma. 5 лет назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



Moke Ibar ( বৰগীত) - by Tarali Sarma.

Assamese Borgeet song of Tarali Sarma / Written by SriSri Madhab Dev. /Lyrics of the song : বৰগীত ।। শ্ৰীশ্ৰী মাধৱদেৱ ।।      ।। ৰাগঃ ভাটিয়ালী ।। একতাল ।। ধ্ৰুং ।। মোকে ইবাৰ কৰুণা কৰা নাৰায়ণ কৰুণা-সাগৰ স্বামী । তোমাৰ অভয় চৰণে শৰণ, আশা কৰি আছো আমি ।। পদ ।। সনত-কুমাৰ, নাৰদ, অনন্ত, শঙ্কৰ, শুক, সনন্দে । তোমাৰ অৰুণ চৰণপঙ্কজে সেৱন্ত কত প্ৰৱন্ধে ।। তাসম্বাক দেখি তোমাৰ চৰণ সেৱিবাক কৈলো আশা । সিংহৰ গতিক ক্ষুদ্ৰ মূষ হুয়া ইচ্ছা কৰো মতি-নাশা ।। সন্তৰ সঙ্গতি, তযু গুণ নাম পৰম প্ৰসাদ দিয়া। কহয় মাধৱ ইবাৰ গোৱিন্দ  দাস কৰি মোক নিয়া ।। 00000

Comments