Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб ছাগলী ফাৰ্ম কৰিম বুলি ভাবিছে তেনেহলে জানি লওক এইবিলাক কথা 8638035590 в хорошем качестве

ছাগলী ফাৰ্ম কৰিম বুলি ভাবিছে তেনেহলে জানি লওক এইবিলাক কথা 8638035590 4 года назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



ছাগলী ফাৰ্ম কৰিম বুলি ভাবিছে তেনেহলে জানি লওক এইবিলাক কথা 8638035590

Hi friends I am Krishna Sharma your host & Dost Welcome to our YouTube channel SWAGATAM farming tips About this video ছাগলী পালন কেনেকৈ কৰিব লাগে, কিমান জনী ছাগলীৰে আৰম্ভ কৰিব লাগে সকলো কথা আলোচনা কৰা হৈছে। ভিডিঅ' আপোনালোকে সম্পূৰ্ণ চাব। About this channel Friends এই Channelৰ মাধ্যমেৰে ছাগলী আৰু বিভিন্ন প্ৰজাতিৰ ঘাঁহৰ খেতিৰ ওপৰত ভিডিঅ' দিয়া হয়। কি কি ঘাঁহ ছাগলীৰ বাবে উত্তম হয়, কোনটো ঘাঁহত কি কি vitamins and minerals থাকে, কি জাতৰ পালন কৰিব লাগে, ছাগলী পালনত কিমান লাভ হয়, গড়াল কেনেকুৱা হব লাগে, ছাগলীক কি কি বেমাৰ হয়, ছাগলী কেনেকৈ কিনা বেচা কৰিব লাগে, এইবিলাক information দিয়া হয়। Scientific পদ্ধতি অৱলম্বন কৰি ছাগলী পালনত আমি কেনেকৈ উপকৃত হ'ব পাৰো ইয়াৰ ওপৰত ভিডিঅ'দিয়া হয়। Our channel playlist ছাগলী সম্বন্ধীয় Videos playlist    • Goat related videos   ছাগলীৰ ঘাঁহ সম্বন্ধীয় Video's playlist    • Grass for Goat & Cow   SWAGATAM farming tips all videos playlist    • SWAGATAM farming tips   SWAGATAM farming tipsৰ উদ্দেশ্য অসমৰ নিবনুৱা সমস্যা কিছুপৰিমানে হ'লেও হ্ৰাস কৰাত সহায় কৰা আৰু যুৱক আৰু যুৱতীক কৰ্মমূখী আৰু স্বাভলম্বী কৰা। যদি আপোনালোকক SWAGATAM farming tipsয়ে উপকৃত কৰিছে তেনেহলে Channelটো Like, Share, Comments & Subscribe কৰিব। #assamgoatfarm #goatfarmingassam #ছাগলীফাৰ্ম #blackbengalgoatfarm #assamhillgoat #localgoatfarm #goatfarm #smallgoat #grassforgoat #goatfeed #goatfarm #supernapier #amazonsupernapier #smartnapier #rednapier #giantking #australianrednapier #ginigrass #subabul #napier #goat_disease #goat_food_poisoning #grass_in_flood #dhansia #gliricidia #betel_goat_farm #cross_breed_goat #Vitamin_b_complex_deficiency #sagoli_palan #assam_sagoli_palan #local_sagoli_farm_assam #local_sagoli_farm #assam_goat_farm #assam_goat_market #assam_goat #goat_farm_nagaon #assam_goat_farm_video #goat_farm_tezpur #ছাগলীৰ_ফাৰ্ম #ছাগলীৰ_খাদ্য #ছাগলী_ফাৰ্মত_লাভালাভ #ছাগলীৰ_বেমাৰ #ছাগলীৰ_দানা Smart napier, Super napier, Australian red napier, Giant king, Napier co4, Gini, Subabul, Hari patti, gliricidia, Local goat, Black bengal goat, Assam hill goatৰ বাবে যোগাযোগ কৰিব। SWAGATAM farming tips Kaliabor, Nagaon 8638035590 Thank you

Comments