Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб দিহানাম অ' হৰি দেৱ হৰি // Dihanam by Amiya Neog kalita в хорошем качестве

দিহানাম অ' হৰি দেৱ হৰি // Dihanam by Amiya Neog kalita 1 год назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



দিহানাম অ' হৰি দেৱ হৰি // Dihanam by Amiya Neog kalita

সকলোৱে নামৰ কথা খিনি দুৰভাষ যোগে বিচাৰে ৷ সেয়েহে আপোনালোকৰ কথা ৰাখি নামটিৰ কথাখিনি সকলোৰে সুবিধাৰ্থে লিখি দিছোঁ ৷ দুই এটা শব্দ সাল- সলনি কৰিছোঁ আপোনালোকে তেনেদৰে পৰিবেশন কৰিব পাৰিব ৷ সকলোৱে আমাৰ চেনেলটো Subscribe কৰি আনলৈকো পঠাব আৰু মোক দিহানাম প্ৰচাৰ কৰাত সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিলোঁ লগতে মোৰ অন্য এটি চেনেল HORINAMOR AMIYA য' ত আপোনালোকে অসমৰ বিভিন্ন ঠাইত আমি পৰিবেশন কৰা দিহানামৰ অনুষ্ঠান উপভোগ কৰিব পাৰিব ৷ চেনেলটো Subscribe কৰিব বুলি আশা ৰাখিলোঁ লিংকটো তলত দিয়া আছে ৷    / @bhonineog8853   ANKStudio Recordist -- Princhipriya Kalita মধুময় হৰিনাম :: MadhumoyHarinam    • মধুময় হৰিনাম দিলা গুৰু শংকৰ হে #Madhu...   কৃষ্ণ বৃন্দাৱনে    • কৃষ্ণ বৃন্দাবনে By Amiya Neog Kalita ...   আকাশত শুনিছো    • #AkashotXunisu by Amiya Neog Kalita (...   নাম প্ৰেমৰ জৰি    • Dihanam By Amiya Neog Kalita (দৈত্যৰ ...   অনন্ত শয়ন    • "অনন্ত শয়ন" #AnantaXayan By Amiya Ne...   ভকত বৎসল    • Princhipriya kalita কণ্ঠত 'ভকত বৎসল '...   ভক্ত প্ৰহ্লাদ    • দিহানাম #ভক্তপ্ৰহ্লাদ // Bhakta  Prah...   ৰুক্মিণী    • Dihanam // ৰুক্মিনী // Amiya Neog Kal...   Amiya Neog Kalita @amiyaneogkalitasdihanamworld Amiya Neog Kalita's Dihanam World Follow my #Facebook page: https://www.facebook.com/profile.php?... অমিয়া নেওগ কলিতাৰ কন্ঠ, কথা, সুৰ আৰু সংগীত পৰিচালনাৰে ভক্তিৰ ৰসময় সুৰ-সংগীতৰ বিশেষ ব্যৱস্থা---- Amiya Neog Kalita's Dihanam World ৷ #AmiyaNeogKalita দিহানামৰ কন্ঠ পেছাধাৰী কন্ঠশিল্পী তথা প্ৰশিক্ষক, বিচাৰক আৰু বক্তা ৷ লগতে, ভক্তিমূলক অনান্য গীত, টোকাৰী গীত, দেহ-বিচাৰ গীত, কামৰূপী লোকগীত লগতে অন্য সমূহ লোকগীতো এই চেনেলত উপলদ্ধ হব ৷ তাৰোপৰি ভক্তিমূলক গীত মাত, লোক-সংস্কৃতি তথা ধৰ্মীয় বিভিন্ন কাম-কাজৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকলৰ মনৰ কথা জানিব পাৰিব ৷ এই চেনেলটোত পৰিৱেশিত হোৱা প্ৰতিটো দিহানাম, টোকাৰী গীত অমিয়া নেওগ কলিতাৰ স্ব-ৰছিত, সুৰ আৰু সংগীত পৰিচালনা নিজৰ৷ How to contact Amiya Neog Kalita? How to contact Amiya Neog? Contact Number Amiya Neog Kalita Contact number of amiya neog kalita আপুনি যদি আপোনাৰ অঞ্চলত তেওঁৰ অনুষ্ঠান আয়োজন কৰিব বিচাৰে; তেনেহ'লে অনুগ্ৰহ কৰি যোগাযোগ কৰিব:: বালিঘাট (নাজিৰা), #শিৱসাগৰ : 7002440637 #Dihanam #AmiyaNeogKalita #amiyaneog #amiyaneogdihanam #dehbisargeet #tukarigeet #Kamrupialukageet #kamarupia #borgeet #assameseculture #sivsagar #holi #holispecial #assam #assamesedevotionalsongs #abhimanyu ##harharmahadev #srimantasankardev #SriSriMadhabdeva #SankarMadhab Dihanam Amiya Neog Kalita amiyaneog amiyaneogdihanam dehbisargeet tukarigeet Kamrupialukageet kamarupia borgeet assameseculture sivsagar holi holispecial assam assamesedevotionalsongs & share my Channel

Comments