Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб এফালে আঁচনিৰে প্ৰলোভন হিমন্ত চৰকাৰৰ; আনফালে অসমবাসীৰ ওপৰতে ধাৰৰ বোজা! в хорошем качестве

এফালে আঁচনিৰে প্ৰলোভন হিমন্ত চৰকাৰৰ; আনফালে অসমবাসীৰ ওপৰতে ধাৰৰ বোজা! 4 часа назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



এফালে আঁচনিৰে প্ৰলোভন হিমন্ত চৰকাৰৰ; আনফালে অসমবাসীৰ ওপৰতে ধাৰৰ বোজা!

⛔আঁচনিৰে ৰাইজক প্ৰলোভন ঠিকেই দি সদস্য ভৰ্তি কৰাইছে বিজেপিয়ে! ⛔আনফালে স্বাধীনোত্তৰ অসমত ধাৰ লোৱা মুখ্যমন্ত্ৰী হিচাপে প্ৰথম স্থান লাভ হিমন্তবিশ্বৰ! ⛔উঠি অহা নৱ প্ৰজন্মৰ ওপৰতে নপৰিব নে ঋণৰ মেটমৰা বোজা! ⛔অসমখন শ্ৰীলংকা হ’বলৈ গৈ আছে বুলি অসমৰ মাতৃ সমাজৰ বোধগম্য হোৱা নাই! ⛔দিন ভিক্ষা প্ৰাণ ৰক্ষাৰ দিশলৈ অসমৰ জনতাক থেলি দিছে! ⛔হিতাধিকাৰীক সন্তুষ্ট ৰাখিবলৈ প্ৰতিসপ্তাহে ঋণ লৈছে চৰকাৰে! ⛔ক্ষোভ উজাৰিলে মীৰা বৰঠাকুৰ আৰু দেবব্ৰত শইকীয়াই!__________________________________ Like, share and subscribe our channel. Follow us on: Facebook - www.facebook.com/nenownews/ Twitter - www.twitter.com/NENowNews/ Instagram - www.instagram.com/northeast.now

Comments