У нас вы можете посмотреть бесплатно Brmgss||অসমৰ দুখীয়াক ৰেলৱেত চাকৰি দিয়াৰ নামত লুন্ঠন। или скачать в максимальном доступном качестве, которое было загружено на ютуб. Для скачивания выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса savevideohd.ru
Brmgss||অসমৰ দুখীয়াক ৰেলৱেত চাকৰি দিয়াৰ নামত লুন্ঠন। #cbi #dgpassampolice #cmoassam • Brmgss||ভাৰতীয় ৰেলৱেত চাকৰিৰ নামত বৃ... • BRMGSS|| रेलवे में नौकरी दिलाने के ना... brmgss ৰ নামত উত্তৰ পূৰ্ব্বৰ দুখীয়া খাটি খোৱা নিবনুৱাৰ লগতে শিক্ষিত নিবনুৱাৰ পৰাও ৰেলত চাকৰি দিয়াৰ নামত এক বৃহত কেলেংকাৰী। কোনোবাই গৰু বিক্ৰি কৰি, কোনোবাই ঘৰ মাটি বন্ধকি দি, কোনোবাই মা ভনীৰ গহনা বন্ধকত দি হৈয়ো এটা ৰেলৰ চাকৰি পোৱাৰ আশাত হয়তো সকলো হেৰাই মৃত্যু কো আকোৱালিবলৈ বাধ্য হবলগীয়া হৈছে। এই সন্দৰ্ভত আমি অসম চৰকাৰৰ পৰা উচিত তদন্তৰ বাবে গোহাৰী জনাইছো। আমাৰ এই ভিডিঅটোত ভুক্কভোগীৰ বক্তব্য ৰখা হৈছে। আহিবলগীয়া প্ৰজন্মই যেন এই চক্ৰৰ আৰত নফছে তাৰ আশাতেই আমি সংকল্পবদ্ধ। #cmo #cmoassam #dgpassampolice #indiangovernment #cbi #incometax • BRMGSS|| रेलवे में नौकरी दिलाने के ना... দালাল সকলক আমি কাকোকেই সাৰি যাব নিদিও, ইতিমধ্যেই আমি প্ৰশাসনৰ লগত আলোচনাত বহিছো । ইতিমধ্যেই সকলো দালালকেই প্ৰসাশনৰ আৰক্ষী আযুক্তক কৰায়ুক্ত কৰিবলৈ আমি আহ্বান জনাইছো। credit : News credit khobor com, raijok xsa news dekhuwar babey khobor comok dhanyavaad... #news #brmgss #breakingnews