Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб অৱশেষত অসম চৰকাৰে ৰাজহুৱা কৰিলে বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্রতিবেদন.... в хорошем качестве

অৱশেষত অসম চৰকাৰে ৰাজহুৱা কৰিলে বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্রতিবেদন.... 6 часов назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



অৱশেষত অসম চৰকাৰে ৰাজহুৱা কৰিলে বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্রতিবেদন....

অৱশেষত অসম চৰকাৰে ৰাজহুৱা কৰিলে বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্রতিবেদন। সদৌ অসম ছাত্র সন্থাৰ প্রতিনিধিবৰ্গৰ সৈতে বৈঠকৰ পিছতে এই সন্দৰ্ভত ঘোষণা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। কাইলৈৰ ভিতৰত অসম চুক্তি ৰূপায়ণ বিভাগে ৱেবছাইটযোগে প্রকাশ কৰিব এই প্রতিবেদন। সমিতিৰ পৰামৰ্শসমূহৰ ভিতৰত থকা ৰাজ্য চৰকাৰৰ আওতাত ৪০টা বিষয়ৰ লগতে কেন্দ্র আৰু ৰাজ্য উভয়ৰ আওতাত থকা ১২টা বিষয়ৰ পৰামৰ্শসমূহ এপ্রিলৰ ভিতৰতে কাৰ্যকৰী কৰাৰ ঘোষণা মুখ্যমন্ত্রীৰ। আনহাতে কেন্দ্রীয় চৰকাৰৰ অধীনস্থ ১৫টা বিষয় ৰূপায়ণৰ ক্ষেত্রত শীঘ্রেই আনুষ্ঠানিকভাৱে কেন্দ্রীয় চৰকাৰক জনাব বুলি ঘোষণা মুখ্যমন্ত্রীৰ। সংবাদমেলত অসমীয়াৰ সংজ্ঞা সম্পৰ্কেও বিশেষ মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। #PratidinTime #AssamNews #HimantaBiswaSarma

Comments