Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб ৰহস্যজনকভাৱে নীৰৱ সততে সৰৱ হৈ থকা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা। в хорошем качестве

ৰহস্যজনকভাৱে নীৰৱ সততে সৰৱ হৈ থকা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা। 2 месяца назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



ৰহস্যজনকভাৱে নীৰৱ সততে সৰৱ হৈ থকা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা।

১৫ আগষ্টত ৰাজ্যৰ বিভিন্ন প্রান্তত আলফাই সংস্থাপিত কৰা বোমা উদ্ধাৰৰ ঘটনাক লৈ তীব্র সমালোচনাৰ সন্মুখীন হৈছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা। ড০ শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰ আৰু আৰক্ষী-প্রশাসন চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে। বিৰোধীৰ এনে অভিযোগ, সমালোচনাৰ বিপৰীতে ৰহস্যজনকভাৱে নীৰৱ সততে সৰৱ হৈ থকা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা। #pratidintime #HIMANTABISWASARMA #assamnews

Comments