Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб Aati Aati By Gitimoni Borgohain || আঁতি আঁতি ||Gitimoni Borgohain|Bijit Borpatra|Neel Tamuli|Niharik в хорошем качестве

Aati Aati By Gitimoni Borgohain || আঁতি আঁতি ||Gitimoni Borgohain|Bijit Borpatra|Neel Tamuli|Niharik 1 год назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



Aati Aati By Gitimoni Borgohain || আঁতি আঁতি ||Gitimoni Borgohain|Bijit Borpatra|Neel Tamuli|Niharik

গীতিমণী বৰগোহাঁইৰ আঁতি আঁতি গীতৰ নাম : আঁতি আঁতি কণ্ঠ : গীতিমণী বৰগোহাঁই কথা-সুৰ / সংগীত ব্যৱস্থাপনা : অলক নাথ সংগীত পৰিকল্পনা / শব্দ সংমিশ্ৰণ : সৌৰভ কুমাৰ দাস বাঁহী : তুষাৰ ৰঞ্জন শৰ্মা শব্দ বাণীবদ্ধন : ডি. জে. দ‍্যা জামিং ষ্টেচন এণ্ড ষ্টুডিঅ', তিনিচুকীয়া মেক্ আপ : জুতিকা গগৈ ক'ভাৰ ডিজাইন : পার্থ জিৎ হীৰা Video Cradit: Direction: Chinmoy Gogoi DOP/Editing/DI : Santush Changmai Starring : Neal Tamuli , Bijit Borpatra , Gitimoni Borgohain , Niharika Borgohain Makeup : Jutika Gogoi Dance:- Barasha Rani Gogoi Porinita Gogoi Priyanka Gogoi Urbashi Mach বিশেষ কৃতজ্ঞতা : মেঘালী বৰগোহাঁই (মা) দিগন্ত বৰগোহাঁই (দেউতা) হেম গগৈ (বৰদেউতা) ভীষ্ম ৰাগ ৰাজ দাস (ভলুকা) মামা, মামী, নিচা ,আপা,বা, দাদা, ভাইটি আৰু সকলো শুভাকাংশী 🔴 Join this channel to get access to perks:    / @gitimoniborgohain   📲 SOCIAL LINKS : GITIMONI BORGOHAIN 🔷 FACEBOOK :   / gitimoniborgohain2005   🔷 INSTAGRAM : https://instagram.com/gitimoni_borgoh... 🎶 DOWNLOAD & STREAM from the Below Links : 🔷 Wynk Music : https://bit.ly/3pehTP3 🔷 Jio Saavn : https://bit.ly/2YSnK1J 🔷 Spotify : https://spoti.fi/3ALgAsH 🔷 Gaana : https://bit.ly/3lJXL58 🔷 Apple Music : https://apple.co/3AOkCAw 🔷 Amazon Music : https://amzn.to/3lMRzta 🔷 Deezer : https://bit.ly/3pa8eZM 🔷 Resso : https://m.resso.app/ZSeNFAKAR/ 🔷 Baahi Music App : https://bit.ly/3vgpai0 Lyrics :- চেনাই মোৰ মৰম কণ উৰে জীৱনলে বুকুতে ৰাখিবি নে কথাটি ভাৱি গুনী ক চিন্তাৰে জখলাত বগাব নোৱাৰো সময়কণ সোন থাকোতেই মোকে তই ঘৰে চপাই ল চেনাই মোৰ মৰম কণ উৰে জীৱনলে বুকুতে ৰাখিবি নে কথাটি ভাৱি গুনী ক চিন্তাৰে জখলাত বগাব নোৱাৰো সময়কণ সোন থাকোতেই মোকে তই ঘৰে চপাই ল কি মৰম লগালি এৰিব নোৱাৰি তোৰে সোন মৰমত আঁতি আঁতি বান্ধিলি মোক লাগে ভয় তোলে জান মোকে বুকুতে ৰাখি আনৰে মৰমত কিজানি থাক উমলি চেনাই মোৰ মৰম কণ উৰে জীৱনলে বুকুতে ৰাখিবি নে কথাটি ভাৱি গুনী ক চিন্তাৰে জখলাত বগাব নোৱাৰো সময়কণ সোন থাকোতেই মোকে তই ঘৰে চপাই ল কিমান মৰম পালে সোন ভাল পোৱা হয় যিমান লাগে তাতোকৈয়ে বেছি তোমালৈ মোৰ মৰম তোমাক পাবলৈ আশা অযুত তোমাৰ হবলৈ মোৰ প্ৰতি ৰাতি তোমাৰেই সোন নামতেই পাৰ হয় আকাশৰে তৰা যিমান সিমান তোমালৈ মোৰ মৰম জাননে সঁচাকৈ আশা অযুত তোমাৰ হবলৈ কি মৰম লগালি এৰিব নোৱাৰি তোৰে সোন মৰমত আঁতি আঁতি বান্ধিলি মোক লাগে ভয় তোলে জান মোকে বুকুতে ৰাখি আনৰে মৰমত কিজানি থাক উমলি চেনাই মোৰ মৰম কণ উৰে জীৱনলে বুকুতে ৰাখিবি নে কথাটি ভাৱি গুনী ক চিন্তাৰে জখলাত বগাব নোৱাৰো সময়কণ সোন থাকোতেই মোকে তই ঘৰে চপাই ল © Copyright reserved, Don't upload illegally !! #Aati_Aati #আঁতি_আঁতি #Gitimoni_Borgohain #GitimoniBorgohain #MBG_Channel #Gitimoni #Assamese_New_Song #Assamese_New_Song_2

Comments