Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб পৰিয়ালটোৰ ভৱিষ্যৎ স্কুলখনৰ বাৰাণ্ডাখনত শেষ হৈ গ'ল в хорошем качестве

পৰিয়ালটোৰ ভৱিষ্যৎ স্কুলখনৰ বাৰাণ্ডাখনত শেষ হৈ গ'ল 3 часа назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



পৰিয়ালটোৰ ভৱিষ্যৎ স্কুলখনৰ বাৰাণ্ডাখনত শেষ হৈ গ'ল

▶️এজন বনাম ৪জন....পৰিয়ালটোৰ ভৱিষ্যৎ স্কুলখনৰ বাৰাণ্ডাখনত শেষ হৈ গ'ল। অধঃপাতে যোৱা ৪ ছাত্ৰ আৰু নিকৃষ্ট মানসিকতাৰ শিক্ষক-শিক্ষয়িত্ৰীক হেৰুৱাবলৈ অকণো কুণ্ঠাবোধ নকৰোঁ। নিৰপেক্ষ তদন্তৰ খাতিৰত দৰং জিলা প্ৰশাসনে এইসকল শিক্ষকক অন্য স্থানলৈ লৈ যাওঁক। ছিপাঝাৰৰ পদুম পুখুৰী হাইস্কুলৰ ছাত্ৰ ভৱেশ ডেকাৰ মৃত্যু ইমান সহজনে? এইদৰে আৰু কিমান ভৱেশৰ মৃত্যু হ'ব, সমিধান ক'ত?

Comments