Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб DHARNA Program on 2nd Sept, 2024 | DC Office Udalguri | Adivasi Drive | Adivasi Long Live | AASAA в хорошем качестве

DHARNA Program on 2nd Sept, 2024 | DC Office Udalguri | Adivasi Drive | Adivasi Long Live | AASAA 2 недели назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



DHARNA Program on 2nd Sept, 2024 | DC Office Udalguri | Adivasi Drive | Adivasi Long Live | AASAA

DHARNA Program on 2nd Sept, 2024 | DC Office Udalguri | Adivasi Drive | Adivasi Long Live | AASAA DHARNA Program on 2nd Sept, 2024 | DC Office Udalguri | Adivasi Drive | Adivasi Long Live | AASAA #ইং_২ছেপ্তেম্বৰ_২০২৪, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা(আছা)কেন্দ্ৰীয় সমিতিৰ সভাপতি গমকে প্ৰদীপ নাগ ডাঙৰীয়াৰ নিৰ্দেশ ও উপস্থিত মৰ্মে ওদালগুৰি জিলা সমিতিৰ বিষয়-ববিয়া, সমূহ আঞ্চলিক সমিতিৰ বিষয় ববিয়া, আদিবাসী সংগ্ৰামী নেতৃত্ববৃন্দ তথা আদিবাসী সংগ্ৰামী ৰাইজসকলৰ উপস্থিতিত ওদালগুৰি জিলা উপায়ক্তৰ কাৰ্য্যলয়ৰ সন্মুখত অনুসূচিত জনজাতিকৰণৰ দাবীত ২ঘন্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। অসমত থকা আদিবাসী সকলক অতি শীঘ্ৰে জনজাতি কৰণৰ মৰ্যাদা দিব লাগে বুলি জিলা উপায়ক্তক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ অসমৰ মুখ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰিবলৈ দিয়া হয়।। #আমাৰ_দাবী_সমূহ :- ১। সংবিধান (অনুসূচিত জনজাতি) সংশোধনী বিধেয়ক ২০১৯ অনুসৰি অসমৰ আদিবাসীক অনুসূচিত জনজাতিকৰণৰ মর্য্যদা প্রদান কৰা। ২। সংবিধান (১২৫) সংশোধনী বিধেয়ক ২০১৯ ত ভূমিৰ অধিকাৰ সম্পর্কীয় প্রস্তাবসমূহৰ সংশোধন আৰু অন্তর্ভুক্তিৰ জৰিয়তে অসমৰ আদিবাসী সকলক অনুসূচিত জনজাতিকৰণৰ মৰ্য্যদা প্রদান কৰা, স্বায়ত্ব শাসিত পৰিষদত ভোটদানৰ অধিকাৰ, সুৰক্ষিত শ্ৰেণীৰ অধিকাৰ আৰু জংগল আইন ২০০৬ অনুসৰি জংগল মাটিত বসবাস কৰা আদিবাসীক মাটি পট্টা প্ৰদান কৰা। #adivaasi #live #motivation #karam #entertainment #aasaa #adivasidrive #entertainment

Comments