Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб First in Assamese (Part-2) | প্ৰথম অসমীয়া | অসমৰ প্ৰথম | Assam GK | First in Assam GK | Assam Job GK в хорошем качестве

First in Assamese (Part-2) | প্ৰথম অসমীয়া | অসমৰ প্ৰথম | Assam GK | First in Assam GK | Assam Job GK 2 года назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



First in Assamese (Part-2) | প্ৰথম অসমীয়া | অসমৰ প্ৰথম | Assam GK | First in Assam GK | Assam Job GK

এই ভিডিঅ টোত আমি অসমীয়া ভাষা সাহিত্যৰ 25 টা অতিকৈ দৰকাৰী প্ৰশ্ন উত্তৰ আলোচনা কৰিছোঁ । যি সমূহ প্ৰশ্ন অসম চৰকাৰৰ যিকোনো প্ৰতিযোগীতা মূলক পৰীক্ষাৰ বাবে অতিকৈ দৰকাৰী। In this video, we have discussed 25 most important First in Assam Literature GK. These 25 First in Assam GK are most common and it repeats every exam. This is Part 2 . For Part-1 Click below    • ৫০ টা অসমীয়া ভাষা- সাহিত্যৰ  অতিকৈ দৰ...   These questions are Most important for Assam Police, APSC, SSC, Assam TET, CTET, Banking, IBPS, Assam Secretariat, Railways, PNRD , Assam Combined Exam and State Government recruitment exams. First in Assamese | প্ৰথম অসমীয়া | অসমৰ প্ৰথম | Assam GK | First in Assam GK | first in assam ======আজি আমি নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰিম================= ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটালাভ লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল ? অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী ব্যক্তিজনৰ নাম কি? উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ মৰ্যাদা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল ? ভাৰত ‘এ’ দলত অন্তৰ্ভূক্ত হোৱা অসমৰ প্ৰথম ক্ৰিকেটাৰ জন কোন আছিল ? উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা  প্ৰথমজন অসমীয়াৰ নাম কি? ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়া জনৰ নাম কি? অলিম্পিক গেমছত অংশগ্ৰহণ কৰা প্ৰথমজন অসমীয়া কোন আছিল ? এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া ব্যক্তিজনৰ নাম কি? অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল ? অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা  খেলুৱৈৰ নাম কি? প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল? সংগীত - নাটক একাডেমীৰ অধ্যক্ষ হোৱা প্ৰথম অসমীয়া ব্যক্তিজন কোন আছিল ? পি এইচ ডি লাভ কৰা প্ৰথমজন অসমীয়া নাম কি? প্ৰথম অসমীয়া স্নাতক আৰু আই. চি. এছ. (I.C.S.) বিষয়া জনৰ নাম কি? অসমৰ প্ৰথম ৰঙীণ চলচ্চিত্ৰ খনৰ নাম কি? ডাক টিকটত স্থান পোৱা প্ৰথমজন অসমীয়া কোন আছিল ? গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমজন উপাচাৰ্য কোন আছিল ? জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথমজন অসমীয়া কোন আছিল ? সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথমগৰাকী  অসমীয়া মহিলাৰ  নাম কি ? অসমৰ প্ৰথম গৰাকী মহিলা আই.পি.এছ.(I.P.S) কোন আছিল ? অসমৰ প্ৰথম গৰাকী মহিলা আই.এ.এছ.(I.A.S.) কোন আছিল ? অসমৰ প্ৰথম উচ্চ ন্যায়ালয়ৰ মহিলা ন্যায়াধীশ গৰাকীৰ নাম কি ? অসমৰ প্ৰথম গৰাকী মহিলা এ.চি.এছ.( A.C.S.) কোন আছিল ? প্ৰথম অসমীয়া মহিলা চিকিৎসক কোন আছিল ? প্ৰথম অসমীয়া মহিলা স্নাতক কোন আছিল ? #first_in_assam #first_in_assam_gk #assamjobgk

Comments