Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб পুৰণি বিহু নাম - বিহু হুঁচৰি - Bihu Special - в хорошем качестве

পুৰণি বিহু নাম - বিহু হুঁচৰি - Bihu Special - 5 месяцев назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



পুৰণি বিহু নাম - বিহু হুঁচৰি - Bihu Special -

নমস্কাৰ, জয়জয়তে লহৰ ইউটিউব পৰিয়ালৰ তৰফৰ পৰা জ্যেষ্ঠ - কণিষ্ঠ সদৌতিলৈ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ ওলগ জনালো । অসমীয়া সমাজ জীৱনৰ প্ৰতিচ্ছবিৰ প্ৰতিফলন হোৱা নিভাজ বিহুনাম সমুহ হুঁচৰি তথা বিহু মৰা প্ৰথাৰ মাজেৰে জীয়াই ৰাখিব লাগিব। ই প্ৰতি জন অসমীয়াৰ দায়িত্ব। আমিও এই মাধ্যমৰ জৰিয়তে নতুন প্ৰজন্মৰ মাজত পুৰণি বিহুনাম সমুহ সাধ্যানুসৰী বিলাই দিয়াৰ চেষ্টা কৰিছো। অনাগত দিনত আমাৰ লগত থকা পুৰণি বিহুনামসমুহ ভিডিঅ'ৰ যোগেদি আগবঢ়ায় যাম। যদিওবা বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰভাৱত অসমীয়া কৃষি সজুলি সমূহৰ প্ৰয়োগ নোহোৱা হৈছে তথাপিও বিহুনামৰ মাজেৰে এই সমুহক আমি আমাৰ মাজত সজীৱ কৰি ৰাখিব লাগিব। #bihu2024 #assam #husori Video Host : Ghanakanta Saikia Recorded & Uploaded by Rupak Das Our Contact : [email protected] Our WhatsApp Channel : https://whatsapp.com/channel/0029VaXb...

Comments